Tumi: An Assamese poem by Avijit

তুমি অাশাৰ অন্তহীন পৰিধিৰ সিপাৰে,,, তুমি উৰি যোৱা,,, ঠিক অক্লান্ত বিহগ হৈ,,, সীমাহীন দিগন্তৰ অপাৰ বিশালতাৰ মাজত তুমি উৰি যোৱা,, সাতৰঙী ৰামধেনু হৈ,, নিৰ্জন কোমল সোঁত হৈ,, নৈৰ মাজত বিলীন হোৱা,, বৈ যোৱা বৰাগী হৈ,,, ভাগৰুৱা পথিকক জুৰ পেলোৱা,,, বাটৰ দাঁতিত,, তেজৰঙা বৰ্ণ্ণিজ শিমলু হৈ,,, সপোনক জুৰ পেলোৱা,, নিজৰাৰ দাপোণ পানীৰ মাজত,, 
এটি পদুমকলি হৈ,,,,
--অভিজিৎ
SHARE

Unknown

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment